Share and Enjoy !

Shares

নাহাটাৰ কাৰখানাত তলা লগালে নগাঁও জিলা প্ৰশাসনে।

জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা তিনিটাকৈ কাৰখানা বন্ধ কৰিলে জিলা প্ৰশাসনে।

পুৰনিগুদামত থকা কাৰখানা তিনিটাৰ প্ৰদূষণৰ বাবে স্থানীয় ৪০ শতাংশ লোকেই হাওঁফাওঁ জনিত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা।

কাৰখানাৰ আবৰ্জনাৰে কলং নৈ কদৰ্য কৰাৰো অভিযোগ।

নাহাটাৰ লগতে জৈন উপাধিৰ দুই স্বত্বাধিকাৰীৰ কাৰখানাত অভিযান চলায় নগাঁও জিলা সহ আয়ুক্ত তেজশ অগ্নিহোত্ৰীৰ নেতৃত্বত এটা দলে।

অভিযানত পোহৰলৈ আহে নগাঁও প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ চূডান্ত ব্যৰ্থতা

Leave a Reply

Your email address will not be published. Required fields are marked *