নগাঁৱৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
মালবাহী ট্ৰাক আৰু এখন i10 বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো।
একেটা দিশতে অহা মালবাহী ট্ৰাক খনে i 10 বাহন খনক খুন্দিয়াই দ্বিভাইডাৰৰ ওপৰত উঠাই দিয়ে।
এই ভয়ংকৰ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে i 10 ত অহা আৰোহীজন। ইপিনে ট্ৰাকচালকজনে এখন ডাম্পাৰৰ ভুলৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS09C4517 আৰু i10 খনৰ নম্বৰ AS02R7004 বুলি জানিব পৰা গৈছে।