অহা ১৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈকে উত্তৰাখণ্ডৰ হাল্দোৱানীৰ ইন্দিৰা গান্ধি ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় জু-জিৎসু সমৰ কলা প্ৰতিযোগিতাত অসম দলৰ হৈ খেলিবলৈ যোগ্যতা অৰ্জন কৰা নগাও জিলাৰ খেলুৱৈ সকল ক্ৰমে–
NAME
1.ARPITA BORA
2.HARSHITA KASHYAP
3.ANUSHKA RAJA
4.GOURAB GYAN GOGOI
5.PRACHURJYA PRATIM BORA
6.NIHARIKA BORA
7.KRISHA SHREE HAZARIKA
8.SNEHANKUR KASHYAP.
আজি সকলোকে গ্ৰেটাৰ নগাও জু-জিৎসু সংস্থাৰ
তৰফৰ পৰা শুভেচ্ছা জনোৱা হয়।
উল্লেখ্য যে উক্ত খেলত নগাও জিলাৰ পৰা ৰাষ্ট্ৰীয় জু-জিৎসু ক্ৰীড়াত বিচাৰক হিচাপে যোগ্যতা অৰ্জন কৰিছে প্ৰশিক্ষক ৰিকু কটকী দেৱে।