Share and Enjoy !

Shares

এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল।

নগাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ ।নগাঁৱত উদ্ধাৰ এটি মৃত নৱজাতক ।

কোনো পাশান পিতৃ-মাতৃয়ে নিজৰ কু-কৰ্ম লোকসমাজৰ পৰা লুকুৱাই নৱজাতকক পেলাই দিলে পথৰ কাষত।

নগাঁও চহৰৰ সমীপৰ বৰভেটি চলচলি সংযোগী পথৰ কাষত এটা মোনাৰ ভিতৰত উদ্ধাৰ হৈছে এটা নৱজাতকৰ মৃতদেহ।

নগাঁও হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে নৱজাতকৰ মৃতদেহটো

Leave a Reply

Your email address will not be published. Required fields are marked *