Share and Enjoy !

Shares

নলবাৰীৰ হামলাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

নলবাৰী জিলাৰ বালিকুছিৰ হামলাপুৰত ট্ৰাকৰ সৈতে মটৰচাইকেলৰ মূখামুখি সংঘৰ্ষ।সংৰ্ঘত  থিতাতে নিহত হয় দুজন লগতে গুৰুতৰভাৱে আহত হয় এজন।

দুৰ্ঘটনাত থিতাতে নিহত যুৱক দুজন বালিকুছি গাওঁৰ  ইনজামূল হ’ক (১৮) আৰু আছিক (১৯) ।বুলি জানিব পৰা গৈছে আনহাতে আহত যুৱকজন বালিকুছি গাওঁৰ শ্বাাহ আলম(১৯) বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমান আহত যুৱকজনক  গুৱাহাটী  চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) লৈ  প্ৰেৰন কৰা হয়। ।

ইতিমধ্যে, ইটা ভৰ্টি ট্ৰাকখন জ্বলাই দিছে উত্তেজিত জনতাই।

দূৰ্ঘটনাগ্ৰস্ত দুচকীয়া বাহনখনৰ নম্বৰ AS 01 DJ 0741 আৰু ট্ৰাকখনৰ নম্বৰ AS12E4788 বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *