Share and Enjoy !

Shares

ৰাজ্যত হাড় কঁপোৱা শীতৰ প্ৰকোপ। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান।বন্ধ ঘোষণা।

শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পিছতে দেওবাৰে BTC এলেকাত বৃদ্ধি কৰা হৈছিল শিক্ষানুষ্ঠান বন্ধৰ দিন।

জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জাৰি কৰা জাননী অনুসৰি পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হৈ থাকিব সকলো পৰীক্ষা।

সোমবাৰে নলবাৰীৰ জিলা আয়ুক্তই নিবেদন দাস পাটোৱাৰীয়ে জাৰি কৰিছে বিদ্যালয় বন্ধৰ নিৰ্দেশনা।

উল্লেখ্যে যে BTC এলেকাত মঙলবাৰলৈকে বন্ধ থাকিব সকলো বিদ্যালয়।

Leave a Reply

Your email address will not be published. Required fields are marked *