Share and Enjoy !

Shares

মানকাচৰৰ নিউ মাৰ্কেটত ছিলিণ্ডাৰ বিস্ফোৰণ।

জাহিনুৰ নামৰ ব্যৱসায়ীজনৰ দোকানত দুটাকৈ গেছ ছিলিণ্ডাৰৰ বিস্ফোৰণ ।

বিস্ফোৰণৰ ফলত দোকানএখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ ফলত বজাৰখন ডাঙৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই ছিলিণ্ডাৰ বিস্ফোৰণৰ কাৰণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *