ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত চাঞ্চল্যকৰ ঘটনা।
ছাত্র উৎপল টায়েৰৰ নশ্বৰদেহ বিদ্যালয়ৰ সন্মুখ উদ্ধাৰ
ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হয় উত্তেজনা
বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিতে ছাত্রজনৰ মৃত্যু হোৱাৰ অভিযোগ
সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ স্থানীয় ৰাইজৰ
ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ অধ্যক্ষাকো গ্রেপ্তাৰ কৰে আৰক্ষী
ঘটনাৰ পাছতেই গ্রেপ্তাৰ হৈছিল অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মা