Share and Enjoy !

Shares

বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক ৰফিকুল হুছেইনৰ দেহাৱসান।

শনিবাৰে নিশা ১০.৩০ বজাত GMCHত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কবিগৰাকীয়ে।

নিশাই পুষ্পসজ্জিত বাহনেৰে বোকাখাতৰ স্বগৃহলৈ নিয়া হয় বিশিষ্ট কবিগৰাকীৰ নশ্বৰ দেহ।

১ ফেব্ৰুৱাৰীত হঠাৎ অসুস্থ হৈ চিকিৎসাধীন হৈছিল ৰফিকুল হুছেইন।

Leave a Reply

Your email address will not be published. Required fields are marked *