Share and Enjoy !

Shares

গেলেকীৰ মৰাণ গাঁৱত পথ দূৰ্ঘটনা ।

মটৰ চাইকেল আৰু ই ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ ।

সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় দুয়োখন বাহনৰ চালক ।

আহত লোকদুজনক ততাতৈয়াকৈ গেলেকী প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকৰ অভাৱৰ বাবে লিগিৰী পুখুৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। ।

ইফালে নিয়মীয়া চিকিৎসকৰ অভাৱে বাৰুকৈয়ে সমস্যাত পেলাইছে বৃহত্তৰ গেলেকীবাসী ৰাইজক ।

দীৰ্ঘদিন ধৰি স্থানীয় আৰু দল সংগঠনে নিয়মীয়া চিকিৎসকৰ বাবে দাবী জনাই আহিছে যদিও এই সমস্যাৰ সমাধান হোৱা নাই ।

ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন গেলেকী আৰক্ষীয়ে জব্দ কৰিছে

 

Leave a Reply

Your email address will not be published. Required fields are marked *