Share and Enjoy !

Shares

উদুলি-মুদুলি হৈ পৰিছে নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাৱঁৰ মামা বজাৰৰ পদূলি।”বজাৰ আমাৰ শস্য আমাৰ সমৃদ্ধিৰ নতুন আধাৰ” এই শ্লোগানেৰে আজি শুভ উদ্বোধন হ’ব অসমৰ দ্বিতীয়খন মামা বজাৰ

এই বিশেষ বজাৰখন পৰিচালিত হ’ব। মহিলাৰ দ্বাৰা মহিলা উদ্যামিতা আচঁনিৰ টকা লাভ কৰা মহিলা সকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰণিগুদামৰ কাষৰি গাঁৱত
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত স্থাপন কৰা হৈছে এই মামা বজাৰখন।

১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিজেই কাষতে থকা মহিলাৰ দ্বাৰা পৰিচালিত এই বিশেষ বজাৰখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *