পৰ্বতঝোৰাৰ বগৰীবাৰীত আটক দুটাকৈ গভাইত ছাগলী চোৰক।
ৰাইজে খেদি খেদি কৰায়ক্ত কৰে চোৰকেইটাক।
আটক হোৱা চোৰ দুটা লাল মিঞা আৰু সুকাৰু ৰায় বুলি জানিব পৰা গৈছে।
ছাগলী চুৰি কৰি বাইকেৰে সৰবৰাহ কৰতে আটক কৰে চোৰটোক।
চোৰ দুটাৰ পৰা AS-17-A-1278 আৰু AS-17-Q2-959 নম্বৰৰ দুখন বাইকো উদ্ধাৰ কৰে আৰক্ষীয়ে।
ৰাইজে চোৰ দুটাক বগৰীবাৰী আৰক্ষীক গতাই দিয়ে।
চোৰ দুটাৰ লগত আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
আৰক্ষীয়ে চোৰ দুটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে।