Share and Enjoy !

Shares

নাওবৈচাত অনাকাংক্ষিত ঘটনা।

চলন্ত ৰে’লত যুৱতীক শিৰশ্ছেদ যুৱকৰ।

শিৰশ্ছেদ কৰি পলায়ন যুৱকজনৰ।

নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত সংঘটিত এই ঘটনা।

পলায়ন কৰা যুৱকজনক চিলনীবাৰী বজাৰৰ ফালে যাওতেই কৰায়ত্ত ৰাইজৰ।

ৰাইজে কৰায়ত্ত কৰি যুৱকজনক গতাই দিয়ে আৰক্ষীক।

ডেকাৰগাঁৱৰ পৰা মূৰ্কংচেলেক অভিমুখী যাত্রীবাহী ৰে’লত এই ঘটনা।

বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *