ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিতৰণ তিনিচুকীয়া আৰু যোৰহাটৰ দায়িত্ব ৰামেশ্বৰ তেলীক কামৰূপ মেট্ৰ’, ধেমাজিৰ দায়িত্ব মন্ত্ৰী অতুল বৰাক মৰিগাঁও, কামৰূপৰ অভিভাৱক…

গুৱাহাটীত ইউৰোপিয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্বোধনী অনুষ্ঠান

গুৱাহাটীত ইউৰোপিয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্বোধনী অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে ৮ আৰু ৯ জুনত আয়োজন এই অনুষ্ঠানৰ মুখ্য অতিথিৰূপে উপস্থিত থাকিব…

বিশিষ্ট কালিবাদক কলিৰাম বৰাক সমাজৰত্ন’ বঁটা প্ৰদান

বিশিষ্ট কালিবাদক কলিৰাম বৰাক “গীতাধ্যায়ী কামাখ্যা চৰণ ঠাকুৰ” সমাজৰত্ন’ বঁটা প্ৰদান কৰে। নগাঁও চহৰৰ বেচৰকাৰী খণ্ডৰ অগ্রণী চকু চিকিৎসা প্ৰতিষ্ঠান…

শিৱসাগৰত অভিনন্দন গ্ৰন্থ উন্মোচন

শিৱসাগৰত অভিনন্দন গ্ৰন্থ উন্মোচন। বিশিষ্ট শিক্ষাবিদ সাহিত্যিক পদ্মলতা য়েইনৰ অভিনন্দন গ্ৰন্থ “সব্যসচী পদ্মলতা” উন্মোচনী অনুষ্ঠান সম্পন্ন। অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে—টীয়কৰ…

মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত তয়াময়া ৰ*ণ

📌মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত তয়াময়া ৰ*ণ 📌সংসাৰত বিভেদ অহা স্বামী স্ত্ৰীৰ এই খণ্ড যু*দ্ধ 📌দুয়োজনৰ ঘৰ মৰিগাঁও মায়ঙত।

ৰখাই থোৱা বাহনত খুন্দা এল্টো বাহনৰ;থিতাতে নিহত দুজন

যোৰহাটৰ চতাইত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱকৰ। নিহত যুৱক দুজনক JMCH ত ৰখা হৈছে। জানিব পৰা মতে,…

বঙাইগাঁও আৰক্ষীৰ জালত ভুৱা পৰ্টেলৰ সাংবাদিক।

বঙাইগাঁও আৰক্ষীৰ সফলতা। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ চুৰিকাণ্ডত লিপ্ত পৰ্টেলৰ সাংবাদিক। সাংবাদিক বুলি নিজকে পৰিচয় দিছিল ইমামুল হকে নিশা আৰক্ষীৰ বেশত…

পুনৰ ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যু

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত…

গোৱাত অগ্নিকাণ্ডত নিহত কাছাৰৰ কাঠাল‌ গ্ৰাণ্টৰ ৰাহুল তাঁতী

গোৱাত অগ্নিকাণ্ডত নিহত কাছাৰৰ কাঠাল‌ গ্ৰাণ্টৰ ৰাহুল তাঁতী। ঘটনাৰ দিনা নাইট ক্লাবত কৰ্মচাৰী হিচাপে যোগদান কৰিছিল ৰাহুল তাঁতীয়ে। কাছাৰৰ কাঠাল…

ৰাজপথৰ পৰা চম্পাৱতী নৈত বাগৰিল বলেৰ’ বাহন;বৰ্তমানো নৈত সন্ধানহীন এজন লোক

যোগীঘোপাৰ বোৱালীমাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা। ৰাজপথৰ পৰা চম্পাৱতী নৈত বাগৰিল বলেৰ’ বাহন। চম্পাৱতী নৈৰ পৰা এজন লোকৰ মৃতদেহ উদ্ধাৰ। উদ্ধাৰ…

BREAKING-নিশা প্ৰচণ্ড শীতৰ মাজতেই বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা প্ৰচণ্ড শীতৰ মাজতেই বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত এজন আনহাতে নিখোঁজ দুজন। কথমপি প্ৰাণৰক্ষা এজনৰ। বঙাইগাঁও জিলাৰ বোৱালীমাৰীত সংঘটিত…

ঘন কুঁৱলীৰ বাবে বাতিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

ঘন কুঁৱলীৰ বাবে বাতিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা। ডাঠ কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে ফেৰী সেৱা। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য…