নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা স্কুটিৰ;নিহত এজন,আহত এজন

গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ পথ দুর্ঘটনা। মহানগৰীৰ গীতা মন্দিৰৰ সমীপৰ মাদাৰ টেৰেছা ৰোডত ভয়ংকৰ পথ দুর্ঘটনা। পথ দুৰ্ঘটনাত এজন যুৱকৰ…

নাজিৰা সম-জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ(আটছা) ধৰ্ণা কাৰ্যসূচী

অসম চাহ জনজাতি ছাত্র সন্থা (আট্‌ছা) অসম চাহ জনজাতি মহিলা সমিতি “আটুৱা” নাজিৰা আৰু আমগুৰি শাখাৰ যৌথ উদ্যোগত নাজিৰা, আমগুৰি…

ৰাজ্যৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ;। ৰাজ্যিক কেবিনেটত শিক্ষকসকলৰ বাবে গ্ৰহণ কৰা হ’ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ শিক্ষকসকলৰ বাবে ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।…

অসমত স্থাপন হ’ব দ্বিতীয়খন সৈনিক স্কুল

ৰাজ্যিক কেবিনেটত সৈনিক স্কুলক লৈ ডাঙৰ সিদ্ধান্ত। অসমত স্থাপন হ’ব দ্বিতীয়খন সৈনিক স্কুল। আজি কেবিনেটে ৩৩৫ কোটি টকাৰ অনুমোদন দিয়ে…

অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে কেবিনেটত ডাঙৰ খবৰ

অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে কেবিনেটত ডাঙৰ খবৰ। চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে গ্ৰেড ১…

মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ

মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ। কেবিনেট বৈঠকত মহিলা উদ্যমিতা আঁচনিক লৈ গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। কেবিনেটৰ সিদ্ধান্ত সদৰি…

ভূপেন বৰাৰ শক্তিখেল! তল পৰিল নেকি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি?

ধনে ,জনে অতি শক্তিশালী ৰূপত সংগঠিত হৈ থকা বিজেপি দলক আগন্তুক অসম বিধানসভা নিৰ্বাচনত পৰাজিত কৰিবলৈ কংগ্ৰেছ দলে আজিলৈ ভোটাৰ…

মধ্যাহ্ন ভোজন কর্মচাৰী সন্থাৰ উদ্যোগত মহানগৰীৰ চচলত দুঘণ্টীয়া অবস্থান ধর্মঘট কাৰ্যসূচী

ৰান্ধনী সকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কর্মচাৰী সন্থাৰ উদ্যোগত আজি মহানগৰীৰ…

হাতে হাতে ফ্লেগ, বেনাৰ লৈ মহানগৰীৰ চচলত দুঘণ্টীয়া অবস্থান ধর্মঘট কাৰ্যসূচী মুছলিম ছাত্র সন্থাৰ

অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা,ভাৰতীয় নাগৰিক সকলৰ নাম কৰ্তন বন্ধ কৰা আৰু মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীত মুছলিম ছাত্র সন্থাৰ আজি মহানগৰীৰ…

“খিলঞ্জীয়া ল’ৰা কংগ্ৰেছত থাকিব নোৱাৰে। নিজৰ ধৰ্মক সন্মান, মৰম কৰা মানুহ কংগ্ৰেছত থাকিব নোৱাৰে”: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব

কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ভূপেন…

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধী।

সমাগত বিধানসবা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধী। অহা ১৮ ফেব্ৰুৱাৰী অসমলৈ…