বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পত প্ৰথমটো অনুষ্ঠান

বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত আজি প্ৰথমটো অনুষ্ঠান।ঐতিহাসিক মুহূৰ্তৰ সাক্ষী কৰি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰত…

হোলীৰ আনন্দৰ মাজতে বহৰিৰ কলতলিৰ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনি যুৱক-যুৱতীৰ সলিল সমাধি

হোলীৰ আনন্দৰ মাজতে বৰপেটাৰ বহৰিত এক শোকাবহ ঘটনা। বহৰিৰ কলতলিৰ ব্ৰহ্মপুত্ৰত শুকুৰবাৰে বিয়লিৰ ভাগত গা ধুবলৈ গৈছিল ১১ জনীয়া এটি…

জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে সাধৰণ ৰাইজৰ

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ…

মহানগৰীৰ মালিগাঁৱত বৃহৎ উচ্ছেদ অভিযান

মহানগৰীৰ মালিগাঁৱত বৃহৎ উচ্ছেদ অভিযান। মালিগাঁৱৰ ছেইণ্ট বিবেকানন্দ বিদ্যালয়ৰ সমীপৰ এটা বস্তিত চলিল উচ্ছেদ অভিযান। ৰে’ল বিভাগৰ মাটি দখল কৰি…

তেজপুৰৰ বিহগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা;অগ্নিকাণ্ডত যথেষ্ট ক্ষয়-ক্ষতি

তেজপুৰৰ বিহগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। তেজপুৰ মেডিকেল কলেজৰ সমীপৰ এটা অট্ৰালিকাত অগ্নিকাণ্ড। আজি সন্ধিয়াৰ ভাগত তেজপুৰ মেডিকেল কলেজৰ সমীপৰ এটা…

যাত্ৰীবাহী ট্ৰেভেলাৰ চালকক গাড়ী ৰখাই ৰাজপথতে চোকা অস্ত্ৰৰে আক্ৰমণ

বৃহস্পতিবাৰে বিয়লি যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। যাত্ৰীবাহী ট্ৰেভেলাৰ চালকক গাড়ী ৰখাই ৰাজপথতে চোকা অস্ত্ৰৰে আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আহত হয়…

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বৃহস্পতিবাৰে সন্ধিয়া ৬ বাজি ৩১ মিনিটত অনুভূত হয় জোকাৰণি। ৰিখটাৰ স্কেলত ৪.১ আছিল প্ৰাবল্য। ভূমিকম্পটোৰ অভিকেন্দ্ৰ…

গুৱাহাটীত ‘ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন ২০২৬’

গুৱাহাটীত ‘ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন ২০২৬’ । দেশৰ বস্ত্ৰ শিল্প খণ্ডৰ বিকাশ আৰু ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ…

পঞ্চভূতত বিলীন হ’ল উত্তৰ পূৱ বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থ

পঞ্চভূতত বিলীন উত্তৰ পূৱ বিজেপিৰ পিতামহ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেহ। বৃহস্পতিবাৰে শিলচৰ স্মশান ঘাটত ৰাজ্যিক মৰ্যাদাৰে…

মহানগৰীত এইবাৰ কুকুৰ চোৰৰ সন্ত্ৰাস;ৰাজপথৰ পৰা কুকুৰ চুৰি কৰি পৰিল আৰক্ষীৰ জালত

মহানগৰীত এইবাৰ কুকুৰ চোৰৰ সন্ত্ৰাস। ৰাজপথৰ পৰা কুকুৰ চোৰ কৰি সাতগাঁও আৰক্ষীৰ জালত তিনি কুকুৰ চোৰ। ধৃত কুকুৰ চোৰকেইটা ক্ৰমে…

ৰূপহীহাটত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ…

গল্পকাৰ ড০ নমিতা বৈশ্যলৈ ২০২৫ বৰ্ষৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

গল্পকাৰ ড০ নমিতা বৈশ্যলৈ ২০২৫ বৰ্ষৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা। এই বটাঁ আৰোহণৰ তৰফৰ পৰা প্ৰদান কৰিব। উল্লেখ্য যে,…