আজি খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ বৰদিন
আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। সেই উপলক্ষে বিশ্বজুৰি দেখা গৈছে ব্যাপক উছাহ -উদ্দীপনা। আটক ধুনীয়াকৈ সজাই তোলা…
শ্ৰীভূমি জিলাত আটক ৮ অবৈধ বাংলাদেশীক; বাংলাদেশীৰ পকেটৰ পৰা উদ্ধাৰ বাংলাদেশী মুদ্ৰা ।
শ্ৰীভূমি জিলাত আটক ৮ গৰাকী অবৈধ বাংলাদেশীক বুধবাৰৰ পুৱাৰ ভাগত ৭ গৰাকী অবৈধ বাংলাদেশীক আটক কৰে লগতে। চহৰখনৰ কালীবাৰী ৰোডৰ…
বাংলাদেশৰ পতাকা জ্বলাই তীব্ৰ প্ৰতিবাদ গুৱাহাটী মহানগৰীত
বাংলাদেশৰ ক্ষমতা মহম্মদ ইউনুছৰ হাতলৈ অহাৰ পিছৰে পৰাই ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে । শেহতীয়াকৈ এদল…
BlueBird Block-2 উপগ্ৰহৰ সফল উৎক্ষেপণ
BlueBird Block-2 উপগ্ৰহৰ সফল উৎক্ষেপণ। বুধবাৰে পুৱা ৮:৫৪ বজাত LVM3ৰ BlueBird Block-2 উপগ্ৰহৰ সফল উৎক্ষেপণ কৰে ইছৰ’ৱে। LVM3ৰ উৎক্ষেপণ কৰিবলগীয়া…
গোঁসাইঘাটত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন বৃদ্ধৰ
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে।…
ঘৰত কোনো নথকাৰ সুযোগ লৈ দিনদুপৰতে চুৰে চলালে তাণ্ডৱ
জামুগুৰিহাটৰ মাধৱ গাঁৱত চুৰিকাণ্ড উপদ্ৰৱ৷ দিন দুপৰতে চুৰে চলালে তাণ্ডৱ। ঘৰত কোনো নথকাৰ সুযোগ লৈ পাকঘৰৰ খিড়িকীৰ ৰড ভাঙি চোৰ…
নগাঁৱত বন্যহস্তীৰ তাণ্ডৱ,বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে স্থানীয় লোকৰ
নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত মাজপোতনী আৰু মাজ উৰিয়াগাঁৱত বন্যহস্তী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । জানিব পৰা মতে,…
গাত কেৰাচিন তেল ঢালি জুই লগাই আত্মহত্যা এগৰাকী মহিলাৰ
মহানগৰীৰ বতাহঘুলিত চাঞ্চল্যকৰ ঘটনা। বতাহঘুলিত গাত কেৰাচিন তেল ঢালি জুই লগাই এগৰাকী মহিলাৰ আত্মহত্যা। আত্মহত্যা কৰা মহিলা গৰাকী হৈছে বতাহঘুলিৰ…
গুৱাহাটী আমবাৰীৰ জিলা পুথিভঁৰালৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্য়ু নাৰেংগীৰ ফৰেষ্ট গেটৰ জুৱেল হকৰ
মহানগৰীৰ আমবাৰীৰ জিলা পুথিভঁৰালৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মৃত্যু। মৃত কৰ্মচাৰীজন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা…
মালবাহী ট্ৰাক আৰু মালবাহী মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ;থিতাতে নিহত এজন,আহত দুজন
পৰ্বতঝোৰাৰ মাক্ৰীঝোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাক আৰু মালবাহী মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত থিতাতে…