গোৱাত অগ্নিকাণ্ডত নিহত কাছাৰৰ কাঠাল‌ গ্ৰাণ্টৰ ৰাহুল তাঁতী।গোৱাত অগ্নিকাণ্ডত নিহত কাছাৰৰ কাঠাল‌ গ্ৰাণ্টৰ ৰাহুল তাঁতী।

Share and Enjoy !

Shares

গোৱাত অগ্নিকাণ্ডত নিহত কাছাৰৰ কাঠাল‌ গ্ৰাণ্টৰ ৰাহুল তাঁতী। ঘটনাৰ দিনা নাইট ক্লাবত কৰ্মচাৰী হিচাপে যোগদান কৰিছিল ৰাহুল তাঁতীয়ে।

কাছাৰৰ কাঠাল গ্রান্ট গাঁৱৰ ৰাহুল তাঁতীৰ ঘৰতো শোকাকুল পৰিৱেশ।

উল্লেখ্য যে, গোৱাৰ নৈশ ক্লাৱত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত নিহত ৰাহুল তাঁতী ক্লাৱটোত কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল ৰাহুল তাঁতী কামত যোগদান কৰাৰ প্ৰথম দিনটোতে অগ্নিকাণ্ডত মৃত্যু ৰাহুল তাঁতী অভিশপ্ত দিনটোৰ আগদিনা ঘৰৰ পৰা কামৰ সন্ধানত গৈছিল ৰাহুল তিনি সন্তানৰ পিতৃ আছিল ৰাহুল।

Leave a Reply

Your email address will not be published. Required fields are marked *