ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা ঘোষণা। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ৰাইজৰ দলে। ১১ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ৰাইজৰ দলে।
কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব আগবঢ়ালে ৰাইজৰ দলে…
১. পূব গোৱালপাৰা : আব্দুল ৰছিদ মণ্ডল
২. জালুকবাৰী : ৰমেন চন্দ্ৰ বৰঠাকুৰ
৩. মানস সমষ্টি : অঞ্জন তালুকদাৰ
৪. দলগাঁও : আজিজৰ ৰহমান
৫. ধিং : মেহবুব মুখতাৰ
৬. তেজপুৰ : অলক নাথ
৭. চিচিবৰগাঁও : দুলাল বৰুৱা
৮. মাৰ্ঘেৰিটা : ৰাহুল ছেত্ৰী
৯. ডিগবৈ : লক্ষ্যজ্যোতি গগৈ
১০. মৰিয়নী : জ্ঞানশ্ৰী বৰা
১১. বোকাখাট : ৰতন দাও