Share and Enjoy !

Shares

ৰাইজৰ দল এৰিলে ৰমেন চন্দ্ৰ বৰঠাকুৰে।

দলটোৰ সভাপতি অখিল গগৈলৈ দল ত্যাগৰ পত্ৰ প্ৰেৰণ বৰঠাকুৰৰ।

দলটোৰ কাৰ্যকৰী সভাপতি আৰু প্ৰাথমিক সদস্য পদ ত্যাগ।

সামাজিক মাধ্যমতো এই কথা ঘোষণা কৰিলে ৰমেন চন্দ্ৰ বৰঠাকুৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *