Share and Enjoy !

Shares

চৰকাৰী চাকৰি ত্যাগ কৰিলে ড০ জ্ঞানশ্ৰী বৰাই।।পুনৰ সক্ৰিয় ৰাজনীতিলৈ উভতি আহিব ড০ জ্ঞানশ্ৰী বৰা!।শেহতীয়াকৈ ড০ জ্ঞানশ্ৰী বৰাই গোৱলাপাৰা মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে চাকৰিত যোগদান কৰিছিল। কিন্তু হঠাত ড০ জ্ঞানশ্ৰী বৰাই সিদ্ধান্ত লয় যে, তেওঁ পুনৰ উভতি আহিব সক্ৰিয় ৰাজনীতিলৈ।

অহা বুধবাৰে তেওঁ ৰাজনীতিত আনুষ্ঠানিকভাৱে অংশগ্ৰহণ কৰিব। বুধবাৰে এক আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে জ্ঞানশ্ৰী বৰাই। আঞ্চলিক দলটোৱে ২০২৬ত টিকট প্ৰদানৰ নিশ্চিতি দিয়াৰ পিছতে চাকৰি এৰিছে জ্ঞানশ্ৰীয়ে।

গোৱালপাৰা কলেজৰ সহকাৰী অধ্যাপিকা পদত আছিল ড০ জ্ঞানশ্রী বৰা। এই চাকৰিত যোগদান কৰাৰ পূৰ্বে ৰাইজৰ দলৰ সৈতে জড়িত আছিল

Leave a Reply

Your email address will not be published. Required fields are marked *