Share and Enjoy !

Shares

GRP জোৱান ইমৰাণ হুছেইনৰ হত্যাকাৰীক আটক।

উৰিষ্যাৰ জাজপুৰৰ পৰা আটক প্ৰশান্ত ৰাৱাট আৰু অভিমন্যু পাত্ৰক।।

ৰঙিয়াত কিছুদিন পূৰ্বে সংঘটিত হৈছিল এগৰাকী গৃহৰক্ষী জোৱানৰ হত্যাকাণ্ড।

ৰঙিয়াৰ ইমৰান হুছেইন নামৰ এগৰাকী গৃহৰক্ষী জোৱানক নিৰ্মমভাবে হত্যা কৰা হৈছিল।

হত্যাৰ লগত জঢ়িত দুগৰাকী ব্যক্তিক আটক কৰিছে ৰঙিয়া আৰক্ষীয়ে।

ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ইমৰান হুছেইনক হত্যা কৰি পেলাই থৈ গৈছিল।

ইমৰানক হত্যা কৰি ইমৰানৰ বাইক যোগে গৈছিল নিউ বঙাইগাঁও ষ্টেচনলৈ।

নিউ বঙাইগাঁও ষ্টেচনৰ পৰা ট্ৰেইনযোগে উৰিষ্যালৈ উধাও হৈছিল দুই অভিযুক্ত ক্ৰমে প্ৰশান্ত আৰু অভিমন্যু।

গোটেই ঘটনাৰ আগত সোণৰ সৰবৰাহৰ কথা সোমাই থকাৰ সন্দেহ আৰক্ষীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *