Share and Enjoy !

Shares

ৰঙিয়াৰ আঠগাঁৱত বিৰাজমান হৈছে আধ্যাত্মিক পৰিৱেশৰ।

গোপাল মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গাওঁখনত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে।।

গোপাল মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উলিওৱা হৈছে ভাগৱত শোভাযাত্ৰা। এই ভাগৱত শোভাযাত্ৰাৰ উদ্ধোধন কৰে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ উপ সভাপতি নিবাৰণ লহকৰে। ইপিনে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিশাৰ ভাগত সাংস্কৃতিক কাৰ্য্যসূচীও ৰূপায়ন কৰা হ’ব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *