মালবাহী ট্ৰাকে মহতীয়াই নিলে বাইক আৰোহীক;থিতাতে নিহত সুজন আলীমালবাহী ট্ৰাকে মহতীয়াই নিলে বাইক আৰোহীক;থিতাতে নিহত সুজন আলী

Share and Enjoy !

Shares

সোমবাৰে নিশা গৌৰীপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

তাৰঘাটত মালবাহী ট্ৰাকে মহতীয়াই নিলে বাইক সহ আৰোহীক।

ফলত থিতাতে নিহত সুজন আলী নামৰ এজন বাইক আৰোহী।

নিহত সুজন আলীৰ ঘৰ ফকীৰগঞ্জৰ প্ৰহৰীটাৰীত।

দূৰঘটনাস্থলীত গৌৰীপুৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS-01-LC-9603 আৰু বাইক খনৰ নম্বৰ AS-14-K-7081

Leave a Reply

Your email address will not be published. Required fields are marked *