Share and Enjoy !

Shares

শোণিতপুৰৰ বালিপৰাৰ পৰা ভালুকপুং সংযোগী পথৰ গামানি এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা।

সোমবাৰৰ দিনৰ ১.৩০ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা খাৱৈত বাগৰিল এখন বাহন।

জানিব পৰা মতে, ভালুকপুঙৰ পৰা ইটানগৰ অভিমুখে গৈ থকাৰ সময়তে As12x2364 নম্বৰৰ বাহনখন খাৱৈত বাগৰি পৰাৰ ফলত চালক আৰু শিশুসহ তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আনহাতে এই ঘটনাৰ পাছতে স্থানীয় লোকে তিনিওগৰাকী লোককে উন্নত চিকিৎসাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *