চামগুৰিৰ উদমাৰীস্থিত আৰ এছ গান্ধীৰ শিলৰ মহলত অঘটন।
প্ৰায় ৫০ ফুট ওপৰৰ পৰা পৰিল শিল ভৰ্তি ডাম্পাৰ।
টুকুৰা টুকুৰ হৈ পৰিল AS02BC9709 নম্বৰৰ শিল ভৰ্তি ডাম্পাৰখন।
ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিগৰাকীকৈ শ্ৰমিক।
সংকটজনক অৱস্থাত শ্ৰমিককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
বৰ্তমানেও জানিব পৰা হোৱা নাই শ্ৰমিক কেইজনৰ নাম ।