Share and Enjoy !

Shares

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনস্থলীত স্বদেশী মেলা।

অসম ক্ষুদ্ৰ উদ্যোগ বাণিজ্যিক কেন্দ্ৰৰ উদ্যোগত আৰু শোণিতপুৰ জিলা ক্ষুদ্ৰ উদ্যোগ বাণিজ্যিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা এই স্বদেশী মেলাৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

মেলাত অংশগ্ৰহণ কৰা ক্ষুদ্ৰ উদ্যোগীসকলে ক্ষুদ্ৰ উদ্যোগীসকলৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ লগতে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট সহায়ত হ’ব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই।

উল্লেখ্য যে, সপ্তাহ জোৰা কাৰ্যসূচীৰে জামুগুৰিহাটৰ ধলাইবিলৰ জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইতিমধ্যেই স্বদেশী মেলাৰ আৰম্ভ হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *