Share and Enjoy !

Shares

মহাকাশচাৰী শুভাংশু শুক্লাক ভাৰতৰ সৰ্বোচ্চ বীৰত্ব বঁটা ‘অশোক চক্ৰ’ সন্মান প্ৰদান । সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভৰি দিয়া প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰা শুভাংশু শুক্লাক এই বঁটা প্ৰদান কৰে।

দেশৰ ৰাজধানীৰ কেন্দ্ৰবিন্দু কৰ্তব্য পথত গণৰাজ্য দিৱস উদযাপনৰ অনুষ্ঠানত শুক্লাক এই বঁটা প্ৰদান কৰা হয় ।

যোৱা বছৰৰ জুন মাহত শুক্লা মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয় আৰু এক্সিয়াম-৪ অভিযানৰ অংশ হিচাপে আই এছ এছত ভৰি দিয়া প্ৰথমগৰাকী ভাৰতীয়ত পৰিগণিত হৈছিল ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *