Share and Enjoy !

Shares

শিৱসাগৰৰ ডিমৌৰ সমীপৰ নিৰ্মীয়মান চাৰিলেনযুক্তত ভয়ংকৰ পথত দুৰ্ঘটনা।

ন-কইনা আনিবলৈ যোৱা ৬খন বাহন দুৰ্ঘটনাগ্ৰস্ত।

দৰা ছাজিদ আহমেদৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগতে দৰা গাড়ীৰ পিছত যোৱা ৫খন বাহন দুৰ্ঘটনাত পতিত।

লাইন পাতি বিবাহ যাত্ৰীৰ বাহনসমূহ গৈ থাকোঁতেই হঠাৎ এখন ট্ৰেভেলাৰ ৰখাই দিয়াৰ ফলতে দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত ১৫গৰাকীকৈ বিবাহ যাত্ৰী আহত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *