Share and Enjoy !

Shares

সোণাপুৰত গো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

এখন চাইকেলত দুজনকৈ সন্দেহযুক্ত নাগৰিকে বস্তাৰে হিন্দু গাঁৱখনৰ মাজৰে গো-মাংস সৰবৰাহ কৰোতে হাতে -লোটে স্থানীয় ৰাইজে কৰায়ত্ত কৰে।

স্থানীয় ৰাইজৰ অভিযোগ কিছু মাহ পূৰ্বে এটা মুছলমান পৰিয়াল অহা যোৱাৰ বাবে পথতো ব্যৱহাৰ কৰিব দিছিল স্থানীয় ৰাইজে। এতিয়া উচ্ছেদিত শ শ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে পথাৰসমূহত সাজিছে ঘৰ । বিলৰ মাটি কৰিছে বেদখল ।

সন্দেহযুক্ত নাগৰিকে ঠাইখিনৰ নাম দিছে নতুন বস্তি। যাৰ বাবে সন্দেযুক্ত নাগৰিকৰ চৰণীয়া পথাৰ হৈ পৰিছে চামতাৰ তুলসী নগৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *