Share and Enjoy !

Shares

শ্ৰীভূমি গাচ কালিবাৰী পথত গ্ৰেপ্তাৰ সন্দেহজনক বাংলাদেশী নাগৰিকক।

মঙলবাৰে স্থানীয় ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক

আটকাধীন লোকজন বাংলাদেশৰ জাকিগঞ্জ জিলাৰ বুলি জানিব পৰা গৈছে।

গাচ কালিবাৰী ৰোডত লোকজনক আটক কৰে স্থানীয় লোকে।

লোকজনৰ পৰা উদ্ধাৰ বাংলাদেশৰ নোট।

ধৃত লোকজনে বাংলাদেশৰ বুলি পৰিচয় দিয়াত গতাই দিয়ে শ্ৰীভূমি আৰক্ষীক।

Leave a Reply

Your email address will not be published. Required fields are marked *