Share and Enjoy !

Shares

আজি T20 বিশ্বকাপৰ ফাইনেল মেচ।

নিউজীলেণ্ডৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত নামিব ভাৰত।

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।

সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত খেলপথাৰত নামিব টীম ইণ্ডিয়া।

 

Leave a Reply

Your email address will not be published. Required fields are marked *