Tag: Assam

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব ভাৰতীয় জনতা পাৰ্টীৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতিগৰাকী।১৮ ফেব্ৰুৱাৰীত অসমত…

গোলাঘাট বেঙেনাখোৱাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত…

টেংকাৰ বাহনত ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত বাহন

কচুগাঁৱত টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ড। কোকৰাঝাৰ জিলা গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁৱত টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে ভস্মীভূত হয় বাহনখন। ২৭…

নাজিৰা সম-জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ(আটছা) ধৰ্ণা কাৰ্যসূচী

অসম চাহ জনজাতি ছাত্র সন্থা (আট্‌ছা) অসম চাহ জনজাতি মহিলা সমিতি “আটুৱা” নাজিৰা আৰু আমগুৰি শাখাৰ যৌথ উদ্যোগত নাজিৰা, আমগুৰি…

ৰাজ্যৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ;। ৰাজ্যিক কেবিনেটত শিক্ষকসকলৰ বাবে গ্ৰহণ কৰা হ’ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ শিক্ষকসকলৰ বাবে ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।…

অসমত স্থাপন হ’ব দ্বিতীয়খন সৈনিক স্কুল

ৰাজ্যিক কেবিনেটত সৈনিক স্কুলক লৈ ডাঙৰ সিদ্ধান্ত। অসমত স্থাপন হ’ব দ্বিতীয়খন সৈনিক স্কুল। আজি কেবিনেটে ৩৩৫ কোটি টকাৰ অনুমোদন দিয়ে…

অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে কেবিনেটত ডাঙৰ খবৰ

অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে কেবিনেটত ডাঙৰ খবৰ। চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে গ্ৰেড ১…

মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ

মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ। কেবিনেট বৈঠকত মহিলা উদ্যমিতা আঁচনিক লৈ গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। কেবিনেটৰ সিদ্ধান্ত সদৰি…

ভূপেন বৰাৰ শক্তিখেল! তল পৰিল নেকি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি?

ধনে ,জনে অতি শক্তিশালী ৰূপত সংগঠিত হৈ থকা বিজেপি দলক আগন্তুক অসম বিধানসভা নিৰ্বাচনত পৰাজিত কৰিবলৈ কংগ্ৰেছ দলে আজিলৈ ভোটাৰ…

মধ্যাহ্ন ভোজন কর্মচাৰী সন্থাৰ উদ্যোগত মহানগৰীৰ চচলত দুঘণ্টীয়া অবস্থান ধর্মঘট কাৰ্যসূচী

ৰান্ধনী সকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কর্মচাৰী সন্থাৰ উদ্যোগত আজি মহানগৰীৰ…