Share and Enjoy !

Shares

উৰুকাৰ নিশা চাঞ্চল্যকৰ ঘটনা৷

নিশা বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত৷

উদ্ধাৰ হোৱা মৃতদেহটো মণিকান্ত দুৱৰী বুলি জানিব পৰা গৈছে ৷

যুৱকজনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লগতে তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ ৷

তিনিচুকীয়া জিলাৰ কাকপথাৰ উপৰ ওৱন গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ।

বুল গগৈ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে মণিকান্ত দুৱৰীক হত্যাৰ অভিযোগ ৷

জানিব পৰা মতে পলাতক বুল গগৈক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।

দোষীক উচিত শাস্তিৰ লগতে দৰিদ্ৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী পৰিয়ালৰ লগতে আটাছু তিনিচুকীয়া জিলা সমিতি আৰু কাকপথাৰ আঞ্চলিক সমিতিও উপৰ ওৱন গাঁৱৰ ৰাইজৰ৷

পেটৰ তাড়নাত বহিঃৰাজ্যত কৰ্মৰত অতি দৰিদ্ৰ পৰিয়ালৰ মণিকান্ত প্ৰায় তিনিদিন পূৰ্বে ভোগালী বিহু বুলি আহিছিল ঘৰলৈ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *