উৰুকাৰ আনন্দৰ মাজতে তিতাবৰত শোকাবহ পথ দুৰ্ঘটনা ।
JMCH ত চিকিৎসাধীন ভতিজাকৰ খবৰলৈ গৈ ঘৰলৈ উভতি অহোতে পথ দুৰ্ঘটনাত থিতাতে নিহত ব্ৰজেন কুমাৰ শইকীয়া ।
উদঙীয়া গৰু বচাল’বলৈ গৈ পথাৰ কাষৰে বিদ্যুৎ খুটাত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ব্ৰজেন কুমাৰ শইকীয়া ।
AS-03-AJ-0371 নম্বৰৰ Hero Splendor বাইকখনৰে JMCH ৰ পৰা আহি থকা অৱস্থাত তিতাবৰ ন-আলিৰ ৰেল গেটৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাটো ।
নিহত লোকজন তিতাবৰ আমগুৰিখাতৰ।বুলি জানিব পৰা গৈছে।