মঙলবাৰে ভাৰ্চুৱেলি আদালতত সন্মুখত হাজিৰ কৰোৱা হ’ব ৭ অভিযুক্তক।
মঙলবাৰে অভিযুক্তসকলৰ বিশেষ কোনো মতামত গ্ৰহণ কৰা নহয়।
কেৱল স্বাস্থ্যজনীত দিশবোৰ নিৰীক্ষণ কৰিব ন্যায়াধীশে।
মঙলবাৰে আৰক্ষীৰ জৰিয়তে অভিযুক্তক প্ৰদান কৰা হ’ব চার্জশ্বীটৰ কঁপি।
পৰৱৰ্তী কোন তাৰিখত হাজিৰ কৰোৱা হ’ব সেয়া কাইলৈ নিৰ্ধাৰণ কৰিব আদালতে।
ইতিমধ্যে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে অভিযুক্তৰ হৈ নিযুক্ত কৰিছে অধিবক্তাক।
মঙলবাৰে অভিযুক্তৰ হৈ VC ত অধিবক্তাই অংশ লয় নে নলয় জানিব পৰা হোৱা নাই।
কিন্তু পৰিয়ালে নিজাববীয়াক অধিবক্তা নিয়োগ কৰাৰ চেষ্টা কৰি আছে।