জামিন আবেদন দাখিল জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ।
নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন আবেদন দাখিল শ্যামকানু মহন্তৰ।
ফাষ্টট্ৰেক আদালতত দাখিল জামিন আবেদন।
ইয়াৰ পূৰ্বে জামিন আবেদন কৰিও প্ৰত্যাহাৰ কৰিছিল শ্যামকানুৱে।
সম্প্ৰতি ফাষ্টট্ৰেক কোৰ্টত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া।