কটন বিশ্ববিদ্যালয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আগবঢ়ালে ডি. লিট. সন্মানকটন বিশ্ববিদ্যালয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আগবঢ়ালে ডি. লিট. সন্মান

Share and Enjoy !

Shares

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সমাৱৰ্তন অনুষ্ঠান। সমাৱৰ্তন অনুষ্ঠান উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু
ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচার্যই সভাপতিত্ব কৰে সমাৱৰ্তনত।

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ডি. লিট সন্মান।কটন বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে আগবঢ়োৱা D. Litt সন্মান গ্ৰহণ কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। এই সন্মান গ্ৰহণ কৰি আৱেগিক হৈ পৰে পামী বৰঠাকুৰ।

ইফালে সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ভাষণ প্ৰসংগত জুবিন গাৰ্গক স্মৰণ কৰাৰ লগতে সমাৱৰ্তনত অভিনন্দিত হোৱা গৱেষক-শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *