জুবিন গাৰ্গক সুঁৱৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট পত্নী গৰিমা শইকীয়া গাৰ্গৰ৷জুবিন গাৰ্গক সুঁৱৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট পত্নী গৰিমা শইকীয়া গাৰ্গৰ৷

Share and Enjoy !

Shares

আমাৰ সকলোৰে প্ৰাণ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ আজি পৰ্যন্ত ন্যায় নাপালে।

অকালতে স্বামীক হেৰুৱাই শোকত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ। পুনৰ সামাজিক মাধ্যমত এক আবেগিক প’ষ্ট।

জুবিন গাৰ্গক সুঁৱৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট পত্নী গৰিমা শইকীয়া গাৰ্গৰ৷

গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে…দুখন বেলেগ জগতত থাকিও এক হৈ থাকোঁ যেন আমি সদায়, এয়াই একান্ত প্ৰাৰ্থনা

Leave a Reply

Your email address will not be published. Required fields are marked *