Share and Enjoy !

Shares

ছিংগাপুৰ আৰক্ষীয়ে আদালতত দাখিল কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন।

ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদন অনুসৰি পানীত ডুবি মৃত্যু হৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ।

জানিব পৰা অনুসৰি ছিংগাপুৰ আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদনত জুবিন গাৰ্গ সম্পৰ্কে কেতবোৰ মেডিকেল তথ্য উল্লেখ কৰিছে।

প্ৰতিবেদনত জুবিন গাৰ্গৰ শৰীৰত অত্যধিক মাত্ৰাত সুৰাৰ পৰিমাণ পোৱাৰ কথা উল্লেখ কৰিছে।

য়টত থকা সাক্ষীৰ কেতবোৰ ভিডিঅ’ও আদালতত উপস্থাপন কৰে ছিংগাপুৰ আৰক্ষীয়ে।

জুবিন গাৰ্গে লাইফ জেকেট খুলি পানীত জঁপিওৱাৰ কথাও উল্লেখ কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *