Share and Enjoy !

Shares

মঙলবাৰে পুনৰ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত গৰিমা শইকীয়া গাৰ্গৰ

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে।লিখে – অপমান, অপযশ, অৱমাননা ইতিহাসে মনত নাৰাখে.. তেনেকুৱা কথা কোৱা, চৰ্চা কৰা মানুহকো সময়ে মনত নাৰাখে । সময়ৰ শিলালিপিত খোদিত হৈ ৰয় মাথোঁ গুণী জ্ঞানী জনৰ নাম, কৰ্ম,গৌৰৱ আৰু গৰিমা ! এইয়াই ধ্ৰুৱ সত্য ।। “আমাৰ জুবিন , অমৰ জুবিন”

প্ৰয়াত জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ একাংশই সামাজিক মাধ্যমত ৰচনা কৰা ষড়যন্ত্ৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে।

Leave a Reply

Your email address will not be published. Required fields are marked *