সামাজিক মাধ্যমত পুনৰ আবেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ।
গৰিমা শইকীয়া গাৰ্গে লিখিলে দুটি মাত্ৰ শব্দ।
তেওঁ লিখিছে, ‘‘২৮ দিন।’’
সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে গৰিমাৰ এই পোষ্টটো।
ইফালে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত ছ’চিয়েল মিডিয়াত চলি আছে #JusticeforZubeenGarg কেম্পেইন।
