আদালতত হাজিৰ শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তকআদালতত হাজিৰ শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক

Share and Enjoy !

Shares

আদালতত হাজিৰ কৰোৱা হ’ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।

পাণবজাৰৰ CJM আদালতত হাজিৰ কৰোৱা হয় দুই অভিযুক্তক।

আন অভিযুক্তৰ দৰেই কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব দুই অভিযুক্তক।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশাই অন্ত পৰিল আৰক্ষীৰ জিম্মাৰ ম্যাদ।।৩ অক্টোবৰত SITয়ে গ্ৰেপ্তাৰ কৰিছিল অমৃতপ্ৰভা-শেখৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *