জে’ললৈ প্ৰেৰণ কৰা হ’ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।
১৪ দিনৰ ন্যায়িক জিম্মালৈ।প্ৰেৰণ কৰা হ’ল শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক।
ডিমা হাছাও জিলাৰ হাফলং উপ-কাৰাগাৰত ৰখা হ’ব দুয়োটা অভিযুক্তক।
বৃহস্পতিবাৰে নিশাই অন্ত পৰিল আৰক্ষীৰ জিম্মাৰ ম্যাদ।৩ অক্টোবৰত SITয়ে গ্ৰেপ্তাৰ কৰিছিল অমৃতপ্ৰভা-শেখৰক।শুকুৰবাৰে পাণবজাৰৰ CJM আদাললত হাজিৰ কৰোৱা হৈছিল দুই অভিযুক্তক।
