আজি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SITয়ে সংবাদমেল সম্বোধন কৰিব।
SITৰ SDGP মুন্নাপ্ৰসাদ গুপ্তাই সম্বোধন কৰিব সংবাদমেল।
জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ২০ অক্টোবৰত ছিংগাপুৰলৈ গৈছিল SITৰ দুজনীয়া দলটো।
বৃহস্পতিবাৰে ছিংগাপুৰৰ পৰা গুৱাহাটীত উপস্থিত হয় SITৰ দুই বিষয়া।
ছিংগাপুৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হৈছিল SITৰ দলটো।
তথ্য-প্ৰমাণ সংগ্ৰহ কৰিছে SITয়ে।
সেই সন্দৰ্ভত আজি সংবাদ মাধ্যমক অৱগত কৰিব তদন্তকাৰী দলটোৱে।
