আজিৰে পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব ফেৰীসেৱাআজিৰে পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব ফেৰীসেৱা

Share and Enjoy !

Shares

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ঘোষণা।

আজিৰে পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব ফেৰীসেৱা।

ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ অনুশীলনৰ বাবে এই সিদ্ধান্ত।

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ

ফেৰীৰ বিকল্প হিচাপে উত্তৰ গুৱাহাটীলৈ চলিব বাছ।

Leave a Reply

Your email address will not be published. Required fields are marked *