কেতিয়াৰে পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব প্ৰতিমাহে ৩০০ টকাকৈ?কেতিয়াৰে পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব প্ৰতিমাহে ৩০০ টকাকৈ?

Share and Enjoy !

Shares

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।ফেচবুক লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে

মুখ্যমন্ত্ৰীগৰাকীয়ে।ঘোষণা কৰে… অহা ২৮ নৱেম্বৰত মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী ধন। ৰাজ্যৰ ৪ লাখ ২৫ হাজাৰ মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব ৩০০ টকা।।। মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱালৈ পৰীক্ষাৰ্থীসকলে লাভ কৰিব ৩০০টকাকৈ।

উল্লেখ্য যে পূৰ্বে ৰাজ্যৰ মেট্ৰিক পৰীক্ষাৰ্থীক গাখীৰ খাবলৈ ৩০০ টকা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *