জখলাবন্ধা ৰেলগেট সমীপত গৰু চুৰ।
জখলাবন্ধা আৰক্ষী চকীৰ নিচেই ওচৰৰ পৰাই চুৰি হ’ল দুজনীকৈ গাই।
নিশা প্ৰায় ২ মান বজাত চুৰি কৰি নিয়াৰ সন্দেহ গৃহস্থৰ।
আৰক্ষীচকীৰ নিচেই ওচৰৰ পৰাই গৰু চুৰি হোৱা ঘটনাই চিন্তিত কৰিছে স্থানীয় লোকক।