জুবিন গাৰ্গৰ দূৰ্ভাগ্যজনক মৃত্যুৰ তদন্ত আয়োগৰ সময়সীমা বৃদ্ধি।
১২ডিচেম্বৰলৈ বঢ়ালে সময়সীমা।
আয়োগৰ কাৰ্যালয় উক্ত তাৰিখলৈ পূৰ্বৰ সময় সূচি মতে খোলা থাকিব।
পুৱা দহ বজাৰ পৰা আবেলি চাৰি বজালৈ খোলা থাকিব আয়োগৰ কাৰ্যালয়।
উল্লেখযোগ্য যে পূৰ্বতে ২১নৱেম্বৰলৈ মাত্ৰ ৩৯খন শপতনামা হে দাখিল হৈছিল।
এতিয়া এই সময়সীমা বৃদ্ধিয়ে জুবিন অনুৰাগিক অভিযোগ দাখিলৰ আৰু এটা সুযোগ দিছে।
এই সুযোগৰ কোনে কিমান সদব্যৱহাৰ কৰে সেইটো সময়ত স্পষ্ট হব।
