তোলনীয়া সন্তানক আতিশয্য চলাই ৰঙাঘৰৰ আলহী হৈছিল ৱালিউল ইছলাম; ২ বছৰৰ অন্তত জামিন মঞ্জুৰতোলনীয়া সন্তানক আতিশয্য চলাই ৰঙাঘৰৰ আলহী হৈছিল ৱালিউল ইছলাম; ২ বছৰৰ অন্তত জামিন মঞ্জুৰ

Share and Enjoy !

Shares

ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ।

 

গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।

 

৫০ হাজাৰ টকাকৈ দুজন জামিনদাৰ ধাৰ্য আদালতৰ।

 

তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অপৰাধত কাৰাবন্দী হৈ আছিল ডাঃ ৱালিউল ইছলাম।

 

ৰ্তমানেও জামিন লাভ কৰা নাই পত্নী ডাঃ সংগীতা দত্তই।

 

২০২৩ চনৰ ৫ মে’ত গ্ৰেপ্তাৰ হৈছিল চিকিৎসক দম্পতী।

Leave a Reply

Your email address will not be published. Required fields are marked *